AFRICAN SWINE FEVER | ATUL BORA PRESS MEET AFRICAN SWINE FEVER | AFRICAN SWINE FEVER IN NORTH EAST

0
46

AFRICAN SWINE FEVER | ATUL BORA UPDATE ABOUT AFRICAN SWINE FEVER | AFRICAN SWINE FEVER IN NORTH EAST

About this video

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত গাহৰিৰ “আফ্ৰিকান ছোৱাইন ফিভাৰ” ৰোগৰ সন্দৰ্ভত সংবাদমেল সম্বোধন…

1. culling নকৰাকৈ গাহৰি খিনি বচাবলৈ চেষ্টা কৰা হ’ব।
2. গাহৰি মৰা ফাৰ্ম ৰ ১ কি: মি: areat random sample collect কৰি test কৰা হ’ব।
3. ASF হোৱা গাহৰি খিনি হয়তো মাৰি পেলাব।
4. বাকী সুস্থ গাহৰি খিনি আচুটিয়াকৈ ৰাখিব লাগিব।
5. 10 km area t সকলো গাহৰি নিৰীক্ষণ কৰা হ’ব।.
6. ঘৰত পোহা গাহৰি খিনি বান্ধি বা বেৰা দি ৰাখিব লাগিব।.
7. মুকলিকৈ চৰি ফুৰা গাহৰি কাৰো সম্পত্তি বুলি গণ্য কৰা নহৱ।

AFRICAN SWINE FEVER

source

LEAVE A REPLY

Please enter your comment!
Please enter your name here